Zoology terms in Assamese
The list of Assamese translations of zoology terms, sorted alphabetically according to each term's English name.
A
- Amphibia • উভচৰ প্ৰাণী
- anatomy • শৰীৰস্থান
- Annelida • বলয়ী প্ৰাণী
B
- binomial nomenclature • বৈজ্ঞানিক নামকৰণ পদ্ধতি
- biodiversity • জৈৱ বৈচিত্ৰ
- bird • চৰাই
E
- Echinodermata • কণ্টকচৰ্মী প্ৰাণী
- ecology • পৰিস্থিতি বিজ্ঞান
- endangered species • বিপন্ন প্ৰজাতি
- ethology • ইথ’লজী
F
- fish • মাছ
I
- insect • পতংগ
- invertebrate • অমেৰুদণ্ডী প্ৰাণী
M
- mammal • স্তন্যপায়ী প্ৰাণী
- migration • প্ৰব্ৰজন
- Mollusca • কোমলদেহী প্ৰাণী
P
- physiology • শৰীৰতত্ব
R
- Reptilia • সৰীসৃপ
T
- taxonomy • জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
V
- Vertebrata • মেৰুদণ্ডী প্ৰাণী
Z
- zoology • প্ৰাণী বিদ্যা